অসমীয়া ভাষাৰ প্ৰথম সমূহীয়া ব্লগ সুগন্ধি পখিলা : কলা, সাহিত্য আৰু সংস্কৃতিৰ এক উমৈহতীয়া মঞ্চ। আহক, সুগন্ধি পখিলাৰ সতে আৰম্ভ কৰোঁ এক যাত্ৰা - হৃদয়ৰ পৰা হৃদয়লৈ