আপুনিও বাৰু সুন্দৰৰ পূজাৰী নেকি? আপুনিও চাগে ভাল পায় কবিতা লিখি, ছবি আঁকি, সাহিত্য চৰ্চা কৰি ! আহ্ক তেনে হ’লে আৰম্ভ কৰোঁ সুন্দৰৰ এই যাত্ৰা ! আপুনি যদি সুগন্ধি পখিলাৰ সতে জড়িত হ’ব বিচাৰে তেন্তে এখন ই-পত্ৰ লিখক তলৰ ঠিকনাত -
jamini@jamini.co.in
jaminianurag@jamini.co.in
আহক সাহিত্যক ভাল পাওঁ !