Tuesday, November 11, 2008

সূৰ্য্যমুখী হৈ ফুলিছে তোমাৰ হাঁহিটি : কুলদীপ মেধি

সূৰ্য্যমুখী হৈ ফুলিছে
তোমাৰ হাঁহিটি

আঘাট হানিছে
মোৰ কলিজাত

বৰফ হৈ গলিছে মৰমবোৰ
মোৰ চ্কুৰ পতাত

মোৰ যি আছে
সকলো তোমাকেই দিম
এটা কাচঁৰ ঘৰ
আৰু এখন সেউজ উদ্যান
Related Posts Plugin for WordPress, Blogger...