সুগন্ধি পখিলাৰ বিষয়ে

’সুগন্ধি পখিলা’ৰ বিষয়ে নজনা সাহিত্যৰসিক অসমীয়া বোধহ’য় অতি নগণ্য । স্বনামধন্য অসমীয়া কবি হীৰেণ ভট্টাচাৰ্য্যৰ কবিতা পুথি ’সুগন্ধি পখিলা’ অসমীয়া কবিতা তথা সহিত্য জগতৰ এক মাইলৰ খুটি । আমাৰ এই সুগন্ধি পখিলাৰ চোতালত আমি অসমীয়া সাহিত্য চৰ্চাৰ এক পৰিবেশ গঢ়ি তোলাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ । 

আহক সাহিত্যক ভাল পাওঁ

 

Related Posts Plugin for WordPress, Blogger...