Tuesday, February 28, 2012

নাটক ,ৰাজনীতি আৰু উত্তৰাধুনিক দর্শনঃ ড০ সীতানাথ লহকৰ

প্রতিবছৰৰ দৰে এইবাৰো তিনিচুকীয়া মহাবিদ্যালয় শিক্ষক গোটৰ তৰফৰ পৰা ‘প্রয়াত শিক্ষক সোঁৱৰণী বক্তৃতানুষ্ঠান’  ইং ৪ ফেব্রুৱাৰী ২০১২ তাৰিখ শনিবাৰে অনুষ্ঠিত  হৈ যায়।  উক্ত বক্তৃতানুষ্ঠানত বক্তা হিচাপে আমন্ত্রণ কৰি না হৈছিল কটন মহাবিদ্যালয়ৰ অধ্যক্ষ, প্রবীণ নাট্যকর্মী তথা অসমত বাটৰ নাটৰ গুৰি ধৰোঁতা ড০ সীতানাথ লহকৰ দেৱক।    উক্ত দিনা বক্তৃতানুষ্ঠানৰ লগতে দুপৰীয়া ১ বজাত এখনি নাট্য কর্মশালা তেখেতে পৰিচালনা কৰিছিল। সন্ধিয়া ৫.৩০ বজাত তেখেতৰ পৰিচানাত গুৱাহাটিৰ বিখ্যাত অপেচাদাৰী নাট্যদল—‘সমাহাৰ নাট্যগোষ্ঠী’য়ে মঞ্চস্থ কৰিছিল তেওঁলোকৰ বিখ্যাত নাটক ‘কহয় চন্ডীদাসে’।
        ইয়াত তেওঁৰ মূল্যবান বক্তৃতাৰ ৱেব সংস্কৰণ আপোনালোকৰ বাবে তুলি দিলো। আশা কৰিছোঁ আমাৰ দৰে আপোনালোকেও এইখন পঢ়ি উপকৃত হ'ব আৰু ভাল পাব। 






ড০ সীতানাথ লহকৰ দেৱৰ বক্তৃতা
Related Posts Plugin for WordPress, Blogger...