Thursday, October 9, 2008

সুগন্ধি পখিলা

সুগন্ধি পখিলা

(হীৰুদালৈ কৃতজ্ঞতাৰে)

ভালপোৱা শিকিলো তোমাৰ পৰা
শিকিলো পথাৰৰ গান

বোকামাটিৰ গোন্ধত শিকিলো জীৱন

নদীৰ দৰে শিপাই আছা মোৰ বুকুত
মই আকাশ হওঁ তোমাৰ হাতত হাত থৈ ।

1 comment:

Noni said...

hii

its wonderful site u starting...

best wishes


link your site to my blog
http://bamboosouls.blogspot.com/

Related Posts Plugin for WordPress, Blogger...