Monday, September 19, 2011

অচিন্তন : হৃষীৰাজ শৰ্মা



বৰ্ণত যদি বৰণ সানি দিছিলা
মোৰ হৃদয় সেউজীয়া,
তোমাৰ অভিমান কজলা; চকুৰ বৰণৰ এফাল..!

1 comment:

যামিনী অনুৰাগ said...

হৃষীৰাজৰ কবিতাৰ ম‍ই গুণমুগ্ধ পাঠক | আজি আকৌ এবাৰ মুগ্ধ হ’লো...

Related Posts Plugin for WordPress, Blogger...