Monday, July 22, 2013

তোমালৈ: এম. আবু হানিফা

অকল কবিতাই নহয়
জীৱনটো ভৰাই লৈ ফুৰোঁ মৰমৰ জোলোঙাত
তোমাৰ  নামত কৰিবলৈ মৰণ পণ
তুমি আতৰি গৈছা বাবেই মোৰ এই যন্ত্ৰনা
এই  আশা, এই সপোন
যুগ যুগ ধৰি
নীৰৱে কঢ়িয়াই লৈ ফুৰিম তোমাৰ বাবে

...অকল কবিতাই নহয়
মোৰ জীৱনটোও...

No comments:

Related Posts Plugin for WordPress, Blogger...