Wednesday, April 8, 2009

তোমালৈ মনত পেলাই : কুলদীপ মেধি

কিছুমান অলীক ভাৱনা -
মোৰ সপোনলৈ আহি
বাগৰ সলাই !

কিছুমান নোকোৱা কথা -
মোৰ পতাত জিৰণি লৈ
দুচকু সেমেকাই !

কিছুমান আশা -
মোৰ বুকুত উশাহ লৈ
তোমালৈ মনত পেলাই !

2 comments:

Anonymous said...

hi kuldeep,
nice one..

keep posting..

Anonymous said...

thank you...

Related Posts Plugin for WordPress, Blogger...