Saturday, August 14, 2010

স্বামী বিবেকানন্দ


-স্বামী বিবেকানন্দ-
"সাগৰ যেতিয়া শান্ত হৈ থাকে তেতিয়া তাক ব্রহ্ম বুলিব পাৰি আৰু যেতিয়া সেই সাগৰেই ঢৌ উঠি খলক লগায় তাকেই আমি শক্তি বা ‘মা’ বোলো। সেই শক্তি বা মহামায়াই দেশকালৰ নিমিত্ত স্বৰূপা। প্রথমে কোৱা ৰূপত তেওঁ ঈশ্বৰ আৰু জগত। দ্বিতীয় ৰূপত অজ্ঞাত, অজ্ঞেয়। সেই নিৰাকাৰ অবিনাশী অৱস্থাৰ পৰাই ঈশ্বৰ জীৱ আৰু জগত- এই তিনি তত্বময়ভাৱ আহিছে। সকলো সত্তা, অৰ্থাৎ স্থিতি অৱস্থা যিবোৰ আমি জানো, এই তিনি আত্মাগত এয়েই বিশিষ্ট অদ্বৈত।"

2 comments:

যামিনী অনুৰাগ said...

শুভদীপ,
সুন্দৰ । আপোনাৰ এই লেখাৰ দ্বাৰা সুগন্ধি পখিলাত আধ্যাত্মিকতাৰ এক নতুন মাত্ৰা যোগ হল । keep posting!

-যামিনী অনুৰাগ

Unknown said...

সুন্দৰ

Related Posts Plugin for WordPress, Blogger...